Search for:

হাজোৰ দামপুৰত শোকৰ ছাঁ।বিশিষ্ট সমাজ সেৱক হবিবুৰ ৰহমানৰ মৃত্যু।

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত দামপুৰৰ বিশিষ্ট সমাজ সেৱক হবিবুৰ ৰহমানৰ ৮৩ বছৰ বয়সত ইন্তেকাল হয়। বাৰ্ধক্যজনিত কাৰণতে মৃত্যুবৰণ কৰা ৰহমানৰ মৃত্যুত সমগ্ৰ দামপুৰতে গভীৰ শোকৰ ছাঁ পৰে।উল্লেখযোগ্য যে প্ৰয়াত হবিবুৰ ৰহমান দামপুৰৰ প্ৰায় সকলো অনুস্থান প্ৰতিষ্ঠানৰ লগতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল।তেওঁৰ মৃত্যুত দামপুৰ গাওঁ উন্নয়ন সমিতি,দামপুৰ ইছলামীয়া মাদ্ৰাছা, সদৌ দামপুৰ [...]

▪️দামপুৰত DESIRE FOUNDATION ৰ প্ৰথম বাৰ্ষিক অধিৱেশন আৰু প্ৰতিভা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা‌।

DESIRE FOUNDATION ৰ আজি প্ৰথম বাৰ্ষিক অধিৱেশন প্ৰগতি জাতীয় বিদ্যালয় দামপুৰত অনুষ্ঠিত হয় । যোৱা ২০ নৱেম্বৰ তাৰিখে প্ৰগতি জাতীয় বিদ্যালয়ত ডিজাৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা প্ৰতিভা সন্ধানী প্ৰতিযোগিতা মূলক পৰীক্ষাত হাজোৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ছাত্ৰ ছাত্ৰীয়ে অংশগ্রহণ কৰিছিল ।। উল্লেখযোগ্য যে উক্ত প্ৰতিভা সন্ধানী প্ৰতিযোগিতা খনত চৰকাৰী/বেচৰকাৰী [...]

হাজোৰ দামপুৰত এম. বি. এণ্ড ই. এ. তালুকদাৰ মেম’ৰিয়েল একাডেমিৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন আৰু নৱাগত আদৰণি সভা।

যোৱা ৩০ অক্টোবৰ তাৰিখে হাজোৰ দামপুৰ স্থিত এম. বি. এণ্ড ই. এ. তালুকদাৰ মেম’ৰিয়েল একাডেমিৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন আৰু নৱাগত আদৰণি সভা খন অনুষ্ঠিত হৈ যায় । কামৰূপ জিলাৰ হাজোৰ দামপুৰ এম বি এণ্ড ই এ তালুকদাৰ মেম’ৰিয়েল একাডেমি প্ৰাঙ্গনত আয়োজন কৰা নৱগত আদৰণি সভা তথা বাৰ্ষিক সাধাৰণ সভা খনৰ [...]

▪️বামুন্দীত স্কুলীয়া ছাত্ৰৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ▪️বিভিন্ন জনৰ শোক প্ৰকাশ।

 হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত বামুন্দী ভকতপাৰা নিবাসী কেশৱ চন্দ্ৰ কলিতাৰ একমাত্ৰ লৰা হৃষিকেশ কলিতাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত। বামুন্দী হাইস্কুলৰ অষ্টমমান শ্রেণীৰ মেধাৱী ছাত্ৰ হৃষিকেশ কলিতাক আজিৰ পৰা এমাহ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰাই টিউমাৰৰ জটিল অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হৈছিল যদিওঁ অস্ত্ৰোপ্ৰচাৰ কৰাৰ দুদিন পিছতে [...]

▪️কৃতী শিক্ষক ফটিক চন্দ্ৰ কলিতাৰ আকস্মিক মৃত্যু ▪️সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত বৰলাহ নিবাসী কৃতি শিক্ষক ফটিক চন্দ্ৰ কলিতাক যোৱা ৬ ছেপ্তেম্বৰ তাৰিখে গধূলি লাহ শ্বহীদ বেদী চ’কৰ  আগত নিজৰ মটৰ চাইকেল সহ স্থানীয় লোকে অচেতন অৱস্থাত উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে। পৰিয়ালৰ লোকে  ততাতয়াকৈ গুৱাহাটীৰ হেলথ্ চিটি চিকিৎসালয়ত ভৰ্ত্তী কৰাই ফটিক [...]

▪️হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাকমুহুৰ্তত “স্বাগতম”শীৰ্ষক অনুষ্ঠান▪️ধৃতিমা উজিৰলৈ “হাজো এক্সপ্ৰেছ” সন্মান।

হাজো ক্ৰীড়া সন্থাৰ বৰ্ষজোৰা সোণালী জয়ন্তী মহোৎসৱৰ প্ৰাক মুহূৰ্তত দেওঁবাৰে অনুষ্ঠিত প্ৰীতি ক্ৰিকেট খেলত অসমৰ কেইবাগৰাকীওঁ জনপ্ৰিয় কণ্ঠশিল্পী, সাংবাদিক-সাহিত্যিকে অংশগ্ৰহণ কৰে। স্থানীয় পঞ্চতীৰ্থ শিশু-শংকৰদেৱ বিদ্যা নিকেতন খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত প্রীতি ক্ৰিকেট খেলখন উদ্বোধন কৰে ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। অনুষ্ঠানত বিশিষ্ট শৰীৰ চৰ্চাবিদ তথা মিষ্টাৰ ইণ্ডিয়া [...]

▪️বামুন্দীত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা ছাত্ৰ সন্থাৰ‌।

প্ৰত্যেক বছৰৰ দৰে  শিক্ষক দিৱস উপলক্ষে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰো শিক্ষক সকলক সন্মান জনাই আশীৰ্বাদ গ্ৰহণ কৰছে। আহিছে । শিক্ষক দিৱসৰ দিনা পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক ৰুবুল কলিতাৰ নেতৃত্বত আছুৰ এটি সজাতি দলে অঞ্চলটোৰ শিক্ষানুষ্ঠান সমূহলৈ গৈ অধ্যক্ষ আৰু প্ৰধান শিক্ষক [...]

কনক চন্দ্ৰ পাঠক মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত ৩৫ বাপু ভকতৰ তীৰ্থ ভ্ৰমণ▪️শুভাৰম্ভ কৰে ডাঃবেদব্ৰত পাঠকে।

সত্ৰনগৰী ৰামদিয়াৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী পোৰাভিঠা সত্ৰৰ ৩৫ জনীয়া বাপু-ভকতৰ দল এটাই আজি সুদুৰ পশ্চিমবঙ্গৰ কোছবিহাৰ জিলাত অৱস্থিত ঐতিহাসিক মধুপুৰ সত্ৰকে আদি কৰি ৰাজবাৰী,বাংলাদেশ সীমান্তৰ বৈকুণ্ঠ পুৰ ধাম আদি তীৰ্থস্থানলৈ যাত্ৰা আৰম্ভ কৰিছে। গুৱাহাটী মহানগৰ স্থিত গেট হস্পিতালৰ মূখ্য পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকৰ স্বৰ্গীয় পিতৃৰ স্মৰণত গঠিত কনক চন্দ্ৰ [...]

▪️বামুন্দীত আছুৰ উদ্যোগত আৰম্ভ হোৱা গ্ৰীষ্মকালীন পাঠদানৰ সামৰণি অনুষ্ঠান।

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত, পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বামুন্দী শাখা ছাত্ৰ সন্থাৰ সহযোগত, যোৱা ২৫ জুলাইৰ পৰা আৰম্ভ হোৱা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ, আৰম্ভ হোৱা ” বিনামূলীয়া পাঠদানৰ ” আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। দহ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই গ্ৰীষ্মকালীন পাঠদানৰ অন্তত ছাত্ৰ সন্থাই এটি ” [...]

▪️বিশ্ব পৰিবেশ দিৱস উপলক্ষে পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ বিশেষ পদক্ষেপ।▪️১০০ বকুল গছৰ পুলি বিতৰণ কৰিলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত।

“পৰিবেশে মানুহক অধিক সচেতন আৰু দায়বদ্ধতাৰে কাম কৰিবলৈ শিকায়” আজি ৫ জুন বিশ্ব পৰিবেশ দিৱস উপলক্ষে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধৰণ সম্পাদক পংকজ কলিতাৰ নেতৃত্বত অঞ্চলটোৰ বিভিন্ন ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত ১০০ টা বকুল গছৰ পুলি বিতৰন কৰে। পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই [...]