Search for:
  • Home/
  • মূখ্য খবৰ/
  • হাজো আদালতত এক ঘণ্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

হাজো আদালতত এক ঘণ্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

বাৰ কাউঞ্চিল অৱ অসম, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ আহ্বান ক্ৰমে তথা সদৌ অসম উকিল সন্থাৰ সহযোগত আদালত সমূহৰ কাম কাজ নিয়মীয়া কৰাৰ দাবীত আজি হাজো আদালতৰ সন্মুখত অধিবক্তা সকলে এক ঘণ্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Leave A Comment

All fields marked with an asterisk (*) are required