Hajorkhabar July 25, 2020August 7, 2020 মূখ্য খবৰ হাজোত বজৰং দলৰ প্ৰসংখনীয় পদক্ষেপ চেনিটাইজ কৰিলে হাজোৰ পাখামেলা চ’ক #হাজোৰখবৰ,২৫জুলাই: বজৰংগ দল হাজো প্ৰখণ্ডৰ দ্বাৰা আজি দলৰ সদস্য সকলে হাজো পাখামেলা চ’কটো চেনিটাইজ কৰে।